horoscopeleatest updateঅসম

আজিৰ দিনটো কেনেকৈ যাব আপোনাৰ?

আজিৰ দিনটোৰ ৰাশিফল

১. মেষ ৰাশি  : – মেষ ৰাশিৰ জাতক- জাতিকা সকলৰ আজিৰ দিনটোত মনত ভক্তি ভাৱ বাঢ়িব, কৰ্মত আন ব্যক্তি পৰা সহায় সহযোগিতা লাভ কৰিব যদিও আজি আপুনি সজাগ নহ’লে সৰু- সুৰা কথাই আপোনাৰ দেহ মনত সামান্য কষ্ট দিব পাৰে।

২. বৃষ ৰাশি  :- বৃষ ৰাশিৰ জাতক জাতিকা সকলৰ আজিৰ দিনটোত আনন্দ মনে দিনটো পাৰ হ’ব, যান বাহন পৰা সুখ- লাভ কৰিব লগতে আজি সংগীত শিল্পী আৰু নৃত্য শিল্পী সকলৰ সুনাম বৃদ্ধি হোৱাৰ যোগ দেখা যায়।

৩. মিথুন ৰাশি:- মিথুন ৰাশিৰ জাতক – জাতিকা সকলৰ আজিৰ দিনটোত ভ্ৰমণৰ সুযোগ লাভ কৰিব, প্ৰতিভা বিকাশৰ সুযোগ লাভ কৰিব যদিও আজি আপুনি সজাগ নহ’লে সামান্য উপাৰ্জন হ্ৰাস হোৱাৰ যোগ দেখা যায়।

৪. কৰ্কট ৰাশি : – কৰ্কট ৰাশিৰ জাতক – জাতিকা সকলৰ আজিৰ দিনটোত মনত শুভ বুদ্ধিৰ উদয় হব, প্ৰেমত আনন্দ বাঢ়িব, যদিও আজি আপুনি সজাগ নহ’লে কৰ্মত সামান্য এলাহ ভাৱ বৃদ্ধি হোৱাৰ যোগ দেখা যায়।

৫. সিংহ ৰাশিৰ  :- সিংহ ৰাশিৰ জাতক – জাতিকা সকলৰ আজিৰ দিনটোত মনৰ চিন্তা ধাৰা উন্নত মানৰ হ’ব, ভাল বন্ধুৰ সান্নিধ্য লাভ কৰিব, যদিও আজি আপুনি সজাগ নহ’লে কৰ্মত সামান্য দুৰ্ভোগ ভুগি লগা হ’ব পাৰে।

৬. কন্যা ৰাশি  : – কন্যা ৰাশিৰ জাতক – জাতিকা সকলৰ আজিৰ দিনটোত উত্তম ভোজন লাভ কৰিব, মনত সুখ শান্তি বাঢ়িব, লগতে আজি আপুনি আনৰ পৰা মৰম চেনেহ লাভ হোৱাৰ যোগ দেখা যায়।

৭. তুলা ৰাশি : – তুলা ৰাশিৰ জাতক – জাতিকা সকলৰ আজিৰ দিনটোত আপোনাৰ দ্বাৰা আত্মীয় পৰিয়ালৰ মনত আনন্দ লাভ কৰিব লাগে, লগতে আজি আপুনি ভাল খৱৰ লাভ কৰাৰ যোগ দেখা যায়।

৮. বৃশ্চিক ৰাশি : – বৃশ্চিক ৰাশিৰ জাতক – জাতিকা সকলৰ আজিৰ দিনটোত প্ৰতিভা আৰু ব্যক্তিৰ বিকাশ ঘটিব, ছাত্ৰ ছাত্ৰী সকলৰ বাবে আজিৰ দিনটো শুভ বুলি কব পাৰি যদিও আজি আপুনি ঠগ- প্ৰৱঞ্চকৰ পৰা সাৱধান হোৱাটো ভাল হ’ব।

৯. ধনু ৰাশি : – ধনু ৰাশিৰ জাতক – জাতিকা সকলৰ আজিৰ দিনটোত সঞ্চয় বাঢ়িব, হাতলৈ ধন- ধান আহিব, যদিও আজি আপুনি স্বাস্থ্যৰ প্ৰতি সজাগ হোৱাটো ভাল হ’ব।

১০. মকৰ ৰাশি : – মকৰ ৰাশি জাতক – জাতিকা সকলৰ আজিৰ দিনটোত প্ৰেম আৰু কৰ্মত শুভ বুলি কব পাৰি, কৰ্মত ভাল বন্ধুৰ সহায় সহযোগিতা লাভ কৰিব, যদিও আজি আপুনি সজাগ নহ’লে আনৰ পৰা ধন -সম্পত্তি ধাৰলৈ আনিব লগিয়া হ’ব পাৰে।

১১. কুম্ভ ৰাশি: – কুম্ভ ৰাশিৰ জাতক – জাতিকা সকলৰ আজি দিনটোত মনত সামান্য চিন্তা বাঢ়িব পাৰে, যদিও আজি খেতিয়ক সকলৰ সুনাম বৃদ্ধি হোৱাৰ যোগ দেখা যায়।

১২. *মীন ৰাশি-  :- মীন ৰাশিৰ জাতক – জাতিকা সকলৰ আজিৰ দিনটোত নিবনুৱা সকলে নতুন কৰ্মৰ সন্ধান লাভ কৰিব, কৰ্মত নতুন নতুন দ্বায়িত্ব লাভ কৰিব, লগতে আজি ৰাজনীতিৰ লগত জড়িত ব্যক্তি সকলে ৰাজনৈতিক সা-সুবিধা লাভ কৰাৰ যোগ দেখা যায়।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

1 × three =

Back to top button