অসমদৈনিক বাতৰি

ৰাজ্যত ভিন্ন প্ৰান্তৰ লগতে যোগীঘোপাতো শাক–পাচলিয়ে কোবাইছে চেঞ্চুৰি! বিপদত সৰ্বসাধাৰণ জনতা….

ৰাজ্যত ভিন্ন প্ৰান্তৰ লগতে যোগীঘোপাতো শাক–পাচলিয়ে কোবাইছে চেঞ্চুৰি! বিপদত সৰ্বসাধাৰণ জনতা....

ৰাজ্যত শাক-পাচলিৰ অত্যাধিক মূল্যবৃদ্ধিয়ে  বিপদত পেলাইছে সৰ্বসাধাৰণ জনতাক। শেহতীয়া বানে বহু লোকৰ শাক-পাচলি নষ্ট কৰাৰ ফলত অভাৱনীয় হাৰত বৃদ্ধি পাইছে পাচলিৰ দাম।। যোগীঘোপাৰ কাবাইটাৰী চলন্তাপাৰা আদি দৈনিক বজাৰতো প্ৰতিবিধ শাক–পাচলিয়ে কোবাইছে চেঞ্চুৰি।

বজাৰত প্ৰতিকিলো বিলাহীৰ দাম ১৫০ টকা,। ২৫০ ৰ পৰা ৩০০ টকা প্ৰতি কিলো জলকীয়া দাম, । ভাতকেৰেলা ১০০ শ টকা, জিকা ৮০ টকাৰ পৰা ১০০, ৰঙালাও কেজি ৮০ টকা ।।‌ মুঠৰ ওপৰত  শাক–পাচলিৰ মূল্যই  দিশহাৰা কৰিছে ৰাইজক।  অভাৱনীয় মূল্যবৃদ্ধি সত্বেও কানসাৰ নাই চৰকাৰৰ তথা বিয়াগোম যোগান বিভাগৰ।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

4 + five =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.