অসমদৈনিক বাতৰি

টিংখাঙত জাপানীজ এনকেফেলাইটিছৰ আতংক, JEত আক্ৰান্ত হৈ মৃত্যু ১৩ বছৰীয়া কিশোৰ…

টিংখাঙত জাপানীজ এনকেফেলাইটিছৰ আতংক, JEত আক্ৰান্ত হৈ মৃত্যু ১৩ বছৰীয়া কিশোৰ...

টিংখাঙত জাপানীজ এনকেফেলাইটিছৰ আতংক। JEত আক্ৰান্ত হৈ মৃত্যু ১৩ বছৰীয়া কিশোৰ। মৃত্যু ১নং পোৱালিপথাৰ গাঁৱৰ সঞ্জীৱ মাঝি।পঞ্চম শ্ৰেণীত অধ্যয়নৰত আছিল সঞ্জীৱ।জ্বৰ, মূৰৰ বিষত আক্ৰান্ত হৈ মৃত্যু ছাত্ৰজনৰ।

কিছুদিন পূৰ্বে ছাত্ৰজনক উন্নত চিকিৎসাৰ বাবে ছাত্ৰজনক ডিব্ৰুগড় অসম চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হয় যদিও চিকিৎসাধীন অৱস্থাতে ছাত্ৰজনৰ মৃত্যু ঘটে। আনহাতে নাহৰণি প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰত টিংখাঙৰ বিভিন্ন প্ৰান্তৰ মুঠ ৮জন ৰোগীৰ শৰীৰত জাপানীজ এনকেফেলাইটিছ ৰোগ ধৰা পৰিছে। আটাইকেইজন ৰোগী ইতিমধ্যে চিকিৎসাধীন অৱস্থাত আছে। জটিল ৰোগবিধৰ সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি ইতিমধ্যে টিংখাঙৰ বিভিন্ন স্থানত স্বাস্থ্য বিভাগৰ তৰফৰ পৰা সজাগতামূলক ব্যৱস্থা গ্ৰহণ কৰিছে স্বাস্থ্য বিভাগে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

5 × 5 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.