অপৰাধঅসমগুৱাহাটীদৈনিক বাতৰিভাৰতৰাজনৈতিক

মণিপুৰত পুনৰ সম্পূৰ্ণৰূপে বাহাল হ’ব নেকি AFSPA?

মণিপুৰৰ ৫ পাহাৰীয়া জিলাত পুনৰ AFSPA বলবৎ কৰাৰ দাবী....

মণিপুৰত পুনৰ সম্পূৰ্ণৰূপে বাহাল হ’ব নেকি AFSPA

সশস্ত্ৰ বাহিনীৰ বিশেষ ক্ষমতা আইন বাহালৰ দাবী

হিংসাজৰ্জৰ মণিপুৰৰ কুকি অধ্যুষিত এলেকাত উত্থাপন এই দাবী

মণিপুৰৰ ৫ পাহাৰীয়া জিলাত পুনৰ AFSPA বলবৎ কৰাৰ দাবী

বিগত দুদিন ধৰি কাংপোকপি জিলাত প্ৰতিবাদ দল-সংগঠনৰ

শুকুৰবাৰে ৩জনকৈ কুকি যুৱকৰ হত্যাকাণ্ডৰ পিছত অব্যাহত প্ৰতিবাদ

ঈৰম শৰ্মিলাই AFSPA প্ৰত্যাহাৰৰ দাবীত ১৬বছৰ ধৰি অনশন কৰিছিল

মণিপুৰৰ পাহাৰীয়া সীমান্ত অঞ্চলত BSF মোতায়েনৰো দাবী প্ৰতিবাদকাৰীৰ

মণিপুৰৰ ৭ বিধানসভা সমষ্টিৰ ১৯ থানা এলেকাত প্ৰত্যাহাৰ কৰা হৈছিল AFSPA

পাহাৰীয়া সীমান্ত অঞ্চলত সুৰক্ষা বৃদ্ধিৰ বাবেই এই দাবী কুকি দল-সংগঠনৰ

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

three + 17 =

Back to top button