অসমদৈনিক বাতৰি

পুনৰ হাত দাঙিলে দুৰ্নীতিগ্ৰস্ত বিষয়াই, মৈৰাবাৰীত দুৰ্নীতি নিবাৰকৰ জালত পঞ্চায়ত সচিব

পুনৰ হাত দাঙিলে দুৰ্নীতিগ্ৰস্ত বিষয়াই, মৈৰাবাৰীত দুৰ্নীতি নিবাৰকৰ জালত পঞ্চায়ত সচিব

পুনৰ হাত দাঙিলে দুৰ্নীতিগ্ৰস্ত বিষয়াই

মৈৰাবাৰীত দুৰ্নীতি নিবাৰকৰ জালত পঞ্চায়ত সচিব

৫ হাজাৰ টকা উৎকোচ লৈ হাতে-লোটে গ্ৰেপ্তাৰ

গ্ৰেপ্তাৰ লহকৰঘাট গাঁও পঞ্চায়তৰ সচিব মুকুট চন্দ্ৰ কুমাৰ

৩০ হাজাৰ টকা বিচাৰিছিল সাহিদ আলীৰ পৰা

ইতিমধ্যে ২৫ হাজাৰ টকা আদায় দিছিল সচিবগৰাকীক

বাকী থকা ৫ হাজাৰ দিবলৈ আহিছিল সাহিদ আলী

সাহিদ আলীয়ে ঘোচ লোৱা সন্দৰ্ভত অৱগত কৰিছিল CMVক

CMVৰ অভিযানত ঘোচ লোৱা অৱস্থাত গ্ৰেপ্তাৰ সচিবজন

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

7 − four =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.