AssamCity newsCMO Assamleatest updateঅসমগুৱাহাটীদৈনিক বাতৰিপৰিৱেশভাৰত

এয়াই নেকি উন্নয়ন? ২৫ জোপা গছ কটাৰ সিধান্ত আপুনি মানি লয় নে?

উৰণ সেতুৰ নামত কটা হ’ব দীঘলীপুখুৰী পাৰৰ গছ

উন্নয়নৰ নামত কটা যাব দুশ বছৰীয়া পুৰণি গছ

বিনষ্ট হ’ব দীঘলীপুখুৰীৰ ঐতিহ্য আৰু সৌন্দৰ্য

প্ৰায় ২৫ ডাল গছ কটাৰ বাবে দিয়া হৈছে চিহ্ন

প্ৰকৃতিপ্ৰেমীৰ মাজত সৃষ্টি তীব্ৰ প্ৰতিক্ৰিয়া

‘দীঘলীপুখুৰী বচাওক’ শীৰ্ষক অভিযান নাগৰিক সমাজৰ

বহু নিবনুৱাই কৰ্মসংস্থাপন হেৰুওৱাৰ আশংকা

ৰিজাৰ্ভ বেঙ্কৰ কাষৰ পৰা নুনমাটিলৈ প্ৰায় ১০ কিলোমিটাৰ দৈৰ্ঘ্যজোৰা উৰণ সেতুৰ নিৰ্মাণৰ কাম ই্তিমধ্যে আৰম্ভ কৰিছে আৰু ইয়াৰ মাজতে উৰণ সেতুৰ নক্সাৰ পৰৱৰ্তন ঘটাই তৈয়বুল্লাহ পথক সামৰি লোৱাত দীঘলিপুখুৰীৰ ঐতিহ্য আৰু সৌন্দৰ্যক ক্ষতিগ্ৰস্ত কৰিব বুলি স্থানীয় জনসাধাৰণৰ লগতে গুৱাহাটীবাসী বিক্ষুদ্ধ হৈ পৰিছে ৷ আজি কৰ্তৃপক্ষই দীঘলীপুখুৰীৰ দুয়োকাষৰ মহম্মদ তৈয়বুল্লাহ পথ আৰু সন্দিকৈ ছোৱালী মহাবিদ্যালয়ৰ সন্মূখৰ পথৰ প্ৰায় ২৫ ডাল গছ কটাৰ বাবে চিহ্নিত কৰি হালধীয়া ৰঙৰ ক্ৰছ চিহ্ন আকি দিছে আৰু ইয়াৰ ভিতৰত প্ৰায় দুশ বছৰীয়া গছো আছে বুলি অভিযোগ উত্থাপিত হৈছে ৷

 

 

 

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

five × four =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.