AssamCity newsCMO AssamEducationঅসমগুৱাহাটীদৈনিক বাতৰিভাৰতৰাজনৈতিকশিক্ষা

কাইলৈ চতুৰ্থ বৰ্গৰ নিযুক্তি পৰীক্ষা…. ২৮খন জিলাত দুয়োবেলা অনুষ্ঠিত হ’ব এই পৰীক্ষা…..

কাইলৈ চতুৰ্থ বৰ্গৰ নিযুক্তি পৰীক্ষা

২৮খন জিলাত দুয়োবেলা অনুষ্ঠিত হ’ব পৰীক্ষা

৫ হাজাৰ ২৩ টা পদৰ বাবে ADRE

অৱতীৰ্ণ হ’বলগীয়া প্ৰাৰ্থীৰ সংখ্যা ১৩,৭৯,১৩২

OMR শ্বীটত নাথাকিব প্ৰাৰ্থীৰ নাম আৰু ফটো

নকল কৰিলে ৩ বছৰৰ বাবে জে’ল

পূৰ্বৰ দৰেই নিৰাপত্তা বেষ্টনীৰ মাজত হ’ব পৰীক্ষা

মহিলা পৰীক্ষাৰ্থীক তালাচী সন্দৰ্ভত বিশেষ নিৰ্দেশনা

পূৰ্বৰ দৰেই কৰ্তন কৰা হ’ব ইণ্টাৰনেট সেৱা

সমগ্ৰ ৰাজ্যজুৰি কৰ্তন হ’ব ম’বাইল ইণ্টাৰনেট

পুৱা ৮.৩০ বজাৰ পৰা বিয়লি ৪ বজালৈ ইণ্টাৰনেট সেৱা কৰ্তন

 

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

five × one =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.