Assamassam policeCity newsঅসমঅসম আৰক্ষীগুৱাহাটীদৈনিক বাতৰিভাৰত

তেজপুৰত ভূতৰ আতংক! তেজপুৰ বাম পৰ্বতীয়া বামুন চুবুৰীত এজন লোকৰ ঘৰত ভূতৰ আতংক লৈ তীব্ৰ প্ৰতিক্ৰিয়া….

তেজপুৰত ভূতৰ আতংক

তেজপুৰ বাম পৰ্বতীয়া বামুন চুবুৰীত অমৰ জ্যোতি শইকীয়াৰ ঘৰত ভূতৰ আতংক লৈ তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি হৈছে

নিজে নিজে জ্বলি উঠিছে ঘৰৰ ভিন্ন সামগ্ৰী

এটাৰ পিছত আন এটা বস্তুত জুই লগাত আতংকিত হৈ পৰে পৰিয়ালটো

বিজ্ঞান প্ৰযুক্তিৰ যুগত এতিয়া কি বুলি বিশ্বাস কৰিব এই ঘটনা

কিছুলোকে ডাইনীয়ে কৰা বুলি বিশ্বাস কৰে যদিও প্ৰশ্ন হয় এয়া বিজ্ঞান নে অন্ধবিশ্বাস?

এনে আজৱ কাণ্ডই গাঁৱৰ ৰাইজক হচতকিত কৰি তুলিছে

 

 

 

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

18 − 15 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.