অসমআঞ্চলিক

এদিনীয়া কাৰ্যসূচীৰে অসমলৈ আহিব দেশৰ উপ-ৰাষ্ট্ৰপতি এম ভেংকায়া নাইডু…

গুৱাহাটীত কেইবাটাও কাৰ্যসূচীত অংশগ্ৰহণ কৰিব উপ-ৰাষ্ট্ৰপতিগৰাকীয়ে।

কাইলৈ অসমলৈ আহিব উপ-ৰাষ্ট্ৰপতি এম ভেংকায়া নাইডু। দেওবাৰে, গুৱাহাটীত উপস্থিত হ’ব দেশৰ উপ-ৰাষ্ট্ৰপতিগৰাকী।

গুৱাহাটীত অসম চৰকাৰৰ কেইবাটাও গুৰুত্বপূৰ্ণ কাৰ্যসূচীত অংশগ্ৰহণ কৰিব উপ-ৰাষ্ট্ৰপতিগৰাকীয়ে। মুকলি কৰিব ব্ৰহ্মপুত্ৰৰ পাৰৰ হেৰিটেজ কাম কালচাৰেল চেণ্টাৰ। লগতে কৰ্কট ৰোগীসকলৰ বাবে মুকলি কৰিব PET MRI।

দেশৰ উপ-ৰাষ্ট্ৰপতিগৰাকীৰ আগমনৰ পূৰ্বে সজাই-পৰাই তোলা হৈছে শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ। কলাক্ষেত্ৰত অনুষ্ঠিত কৰা হ’ব গোপীনাথ বৰদলৈ বঁটা প্ৰদান অনুষ্ঠান। এই অনুষ্ঠানত ভেংকায়া নাইডুৱে প্ৰদান কৰিব গোপীনাথ বৰদলৈ বঁটা।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

three × three =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.