অসমগুৱাহাটীদৈনিক বাতৰিভাৰতৰাজনৈতিক

এইবাৰ ব্যতিক্ৰমী ৰূপত উদযাপন কৰা হ’ব স্বাধীনতা দিৱস : মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

স্বাধীনতা দিৱসৰ অভিনৱ আয়োজন ৰাজ্য চৰকাৰৰ

এইবাৰ ব্যতিক্ৰমী ৰূপত উদযাপন কৰা হ’ব স্বাধীনতা দিৱস

স্বাধীনতাৰ অমৃত মহোৎসৱ ন ন প্ৰয়াস

৮ আগষ্টৰ পৰা হ’ব স্বাধীনতা দিৱসৰ কাৰ্যসূচী

৮ আগষ্টত অনুষ্ঠিত হ’ব শিলাফলক কাৰ্যসূচী

সকলো গাঁও পঞ্চায়তত স্থাপন কৰা হ’ব একোখনকৈ ফলক

ফলকত থাকিব স্বাধীনতা সংগ্ৰামী আৰু শ্বহীদৰ নাম

কোনোবা পঞ্চায়তত তেনে ব্যক্তি নাথাকিলে মুক্তিযোদ্ধাৰ নাম থাকিব

গাঁও পঞ্চায়ত, পৌৰসভাত ৭৫টাকৈ গছপুলি ৰোপণ

৯ৰ পৰা ১৪ আগষ্টলৈ হ’ব গছপুলি ৰোপণ কাৰ্যসূচী

১৩ আগষ্টত দীঘলীপুখুৰীপাৰত আৰক্ষীৰ মাৰ্চ পাষ্ট

এইবাৰো ১৫ আগষ্টত হ’ব হৰ ঘৰ ত্ৰিৰংগা কাৰ্যসূচী

অখণ্ড ভাৰতৰ বাবে প্ৰতিখন জিলা সদৰতে হ’ব সংকল্প কাৰ্যসূচী

২৩ আগষ্টত প্ৰতিটো পঞ্চায়তৰ পৰা হ’ব মাটি যাত্ৰা

প্ৰতিখন গাঁৱৰ পৰা সংগ্ৰহ কৰা হ’ব মাটি

গাঁৱৰ পৰা পঞ্চায়ত, পঞ্চায়তৰ পৰা ব্লকলৈ হ’ব মাটি যাত্ৰা

কলাক্ষেত্ৰৰ পৰা মাটিৰ কলহ নিয়া হ’ব নতুন দিল্লীলৈ

দিল্লীৰ কৰ্তব্য পথৰ উদ্যানত স্থাপন কৰা হ’ব এই মাটি

কনকলতা বৰুৱা বিশ্ববিদ্যালয়ৰ বাবে দিয়া হ’ব এটা কলহ

জনতা ভৱনত সংবাদ মেলযোগে ঘোষণা মুখ্যমন্ত্ৰীৰ

 

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

two − 1 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.