অসমবিজ্ঞানবিশ্ব

আকৌ চন্দ্ৰৰ বুকুলৈ যাব মানৱ! পিছে কোন কোন মহাকাশচাৰীৰ সৈতে উৰা মাৰিব নাছাৰ আৰ্টেমিছ-২?

আকৌ চন্দ্ৰৰ বুকুলৈ যাব মানৱ! পিছে কোন কোন মহাকাশচাৰীৰ সৈতে উৰা মাৰিব নাছাৰ আৰ্টেমিছ-২?

ভাল খবৰ! প্ৰায় ৫০ বছৰ পাছত পুনৰ এবাৰ চন্দ্ৰৰ বুকুলৈ যোৱাৰ পৰিকল্পনা কৰিছে মানৱ জাতিয়ে । এই অভিযানৰ মহাকাশচাৰীসকল হৈছে- নাছাৰ ক্ৰিষ্টিনা কোচ, ভিক্টৰ গ্লোভাৰ, ৰেইড ৱাইজমেন আৰু কানাডাৰ স্পেছ এজেন্সীৰ জেৰেমী হাঞ্চেন। ২০২৪ বৰ্ষত এই কেইজন মহাকাশচাৰীৰ সৈতে উৰা মাৰিব নাছাৰ আৰ্টেমিছ-২।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

5 + twelve =

Back to top button