অসমগুৱাহাটীদৈনিক বাতৰি

জোনমণি হত্যাকাণ্ডৰ উচিত তদন্তৰ দাবীত বঙাইগাঁহৰ খড়গপুৰত পথ অৱৰোধ কাৰ্যসূচী

জোনমণি হত্যাকাণ্ডৰ উচিত তদন্তৰ দাবীত বঙাইগাঁহৰ খড়গপুৰত পথ অৱৰোধ কাৰ্যসূচী

প্ৰসংগঃ জোনমণি হত্যাকাণ্ডৰ তদন্ত

উচিত তদন্তৰ দাবীত দল-সংগঠনৰ প্ৰতিবাদ

বঙাইগাঁহৰ খড়গপুৰত পথ অৱৰোধ কাৰ্যসূচী

প্ৰতিবাদত অংশগ্ৰহণ নিখিল ৰাভা ছাত্ৰ সন্থা

নিখিল ৰাভা সাহিত্য সভা, মহিলা পৰিষদৰ

প্ৰতিবাদত অংশগ্ৰহণ ৰাভা জাতীয় সংগঠনৰো

বিভিন্ন শ্লোগানেৰে উত্তাল প্ৰতিবাদস্থলী

প্ৰতিবাদৰ বাবে যান-বাহন চলাচল ব্যাহত

S I জোনমনি ৰাভাৰ হত্যাৰ নিকা,স্বচ্ছ আৰু নিৰপেক্ষ তদন্তৰ লগতে দোষী আৰক্ষী বিষয়া ,বিভিন্ন দোষী ব্যক্তিক অনতিপলমে গ্ৰেপ্তাৰ কৰি কঠোৰ শাস্তি প্ৰদানৰ দাবীত বঙাইগাঁও জিলাৰ খগৰপুৰত পথ অৱৰোধ কাৰ্যসূচী। নিখিল ৰাভা ছাত্ৰ সন্থা, নিখিল ৰাভা সাহিত্য সভা, নিখিল ৰাভা মহিলা পৰিষদৰ লগতে কেইবাটাও ৰাভা জাতীয় সংগঠনৰ উদ্যোগত ৰূপায়ন উক্ত পথ অৱৰোধ কাৰ্যসূচী।।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

12 + seven =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.