অপৰাধঅসমঅসম আৰক্ষীগুৱাহাটীদৈনিক বাতৰিভাৰত

তেজপুৰত ভোজখোৱাত বৃহৎ পৰিমাণৰ সুৰা জব্দ, ৪২০টা কাৰ্টন সুৰা জব্দ আবকাৰী বিভাগৰ

তেজপুৰত ভোজখোৱাত বৃহৎ পৰিমাণৰ সুৰা জব্দ

আবকাৰী বিভাগৰ অভিযানত জব্দ ৪২০ কাৰ্টন সুৰা

এখন বাহনৰ পৰা জব্দ বৃহৎ পৰিমাণৰ সুৰাখিনি

অৰুণাচলৰ পৰা গুৱাহাটী অভিমুখী আছিল বাহনখন

আটক বাহনখনৰ চালক পৰমান আলীক

জব্দকৃত সুৰাখিনিৰ মূল্য প্ৰায় ২৫ লাখ টকা

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

19 − 7 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.