AssamCity newsleatest updateSocial

নাগৰিকত্বৰ ভিত্তিবৰ্ষ ১৯৫১ নে ১৯৭১।এই সন্দৰ্ভত আজি দেশৰ সৰ্বোচ্চ ন্যায়ালয়ৰ মজিয়াত পুনৰ সম্পন্ন হয় শুনানি।

এই শুনানি অনুষ্ঠিত হৈছিল মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়ৰ বিচাৰপীঠত।

নাগৰিকত্বৰ ভিত্তিবৰ্ষ ১৯৫১ নে ১৯৭১। এই সন্দৰ্ভত আজি দেশৰ সৰ্বোচ্চ ন্যায়ালয়ৰ মজিয়াত পুনৰ সম্পন্ন হয় শুনানি। ৫জনীয়া সাংবিধানিক বিচাৰপীঠে সম্পন্ন কৰে এই শুনানি। এই শুনানি অনুষ্ঠিত হৈছিল মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়ৰ বিচাৰপীঠত। পৰৱৰ্তী শুনানিৰ বাবে ধাৰ্য কৰা হৈছে ১৭ অক্টোবৰ।

আনহাতে গোচৰ একত্ৰীকৰণৰ বাবে সকলো পক্ষকে ৪ সপ্তাহৰ সময়সীমা নিৰ্ধাৰণ কৰি দিছে সৰ্বোচ্চ ন্যায়ালয়ে। আজি শুনানি কালত সদৌ অসম ছাত্ৰ সন্থা, APWকে আদি কৰি সকলো গোচৰীয়া দল-সংগঠন উপস্থিত থাকে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

3 + 16 =

Back to top button