Assamleatest update

পুনৰ মহানগৰীৰ নিচামুক্তি কেন্দ্ৰত যুৱকক অকথ্য নিৰ্যাতন।

নিৰ্যাতনৰ বলি ১৮ বছৰীয়া আকাশ দাস নামৰ যুৱকজন

পুনৰ মহানগৰীৰ নিচামুক্তি কেন্দ্ৰত অঘটন
নিচামুক্তি কেন্দ্ৰত যুৱকক অকথ্য নিৰ্যাতন
নিৰ্যাতনৰ বলি ১৮ বছৰীয়া আকাশ দাস নামৰ যুৱকজন
কেন্দ্ৰৰ স্বত্বাধিকাৰী আৰু কৰ্মীৰ বিৰুদ্ধে নিৰ্যাতনৰ অভিযোগ
জু-ৰোডস্থিত Revival Wellness Societyত এই ঘটনা
১২ আগষ্টত আকাশ দাসে চলাইছিল আত্মহননৰ চেষ্টা
পিতৃয়ে আকাশৰ খবৰ ল’বলৈ অহাত পোহৰলৈ আহে সমগ্ৰ ঘটনা
প্ৰায় আঢ়ৈ মাহ ধৰি কেন্দ্ৰটোত চিকিৎসাধীন হৈ আছিল আকাশ
স্বত্বাধিকাৰী প্ৰাংগন দাস, কৰ্মী দিব্য দত্ত, জন, সুব্ৰতৰ বিৰুদ্ধে অভিযোগ
ঘটনা সন্দৰ্ভত আৰক্ষীৰ কাষ চাপিছে ভুক্তভোগীৰ পৰিয়াল

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

12 + eighteen =

Back to top button