দৈনিক বাতৰি

গ্ৰাহকৰ বাবে সুখবৰ, এতিয়াৰ পৰা হোটেল, ৰেষ্টুৰেণ্টে ল’ব নোৱাৰিব চাৰ্ভিছ চাৰ্জ

নেশ্যনেল ৰেষ্টুৰেণ্ট এছ’চিয়েশ্যনক নিৰ্দেশ বিভাগৰ

হোটেল-ৰেস্তোৰাৰ গ্রাহকৰ বাবে সুখবৰ। এতিয়াৰ পৰা হোটেল-ৰেস্তোৰাই ল’ব নোৱাৰিব চাৰ্ভিছ চাৰ্জ। খাদ্যৰ বিলত গ্রাহকৰ পৰা ল’ব নোৱাৰিব চাৰ্ভিছ চাৰ্জ।

 

এই নিৰ্দেশ জাৰি কৰিছে কেন্দ্রীয় উপভোক্তা বিষয়ক বিভাগে। নেশ্যনেল ৰেষ্টুৰেণ্ট এছ’চিয়েশ্যনক নিৰ্দেশ বিভাগৰ। DOCA আৰু NRAI (National Restaurant Association of India)ৰ বৈঠকত এই বিষয়টো লৈ চৰ্চা চলিছে। চাৰ্ভিছ চাৰ্জ বিচৰাটো অন্যায় বুলি অভিহিত কৰে DOCAয়ে। শীঘ্রেই এই সন্দৰ্ভত নীতি নিৰ্দেশনাও জাৰি কৰিব সংশ্লিষ্ট বিভাগে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

five + 10 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.