Assamঅসমদৈনিক বাতৰি

ইন্দ্ৰাণী কাণ্ডই কঁপাইছে বিজেপিৰ ভিতৰচ’ৰা, ৬ বজাৰ পিছত বাজপেয়ী ভৱনলৈ যাব নোৱাৰিব মহিলা

ইন্দ্ৰাণী কাণ্ডই কঁপাইছে বিজেপিৰ ভিতৰচ’ৰা, ৬ বজাৰ পিছত বাজপেয়ী ভৱনলৈ যাব নোৱাৰিব মহিলা

ইন্দ্ৰাণী কাণ্ডই কঁপাইছে বিজেপিৰ ভিতৰচ’ৰা

ঘটনাৰে নাম সাঙোৰ খাইছে ইজনৰ পিছত সিজন নেতাৰ

ঘটনাৰ পাছতে ৰাজ্যিক বিজেপিৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত

৬ বজাৰ পিছত বাজপেয়ী ভৱনলৈ যাব নোৱাৰিব মহিলা

সন্ধিয়া ৭ বজাৰ লগে লগে বন্ধ হ’ব বাজপেয়ী ভৱন

এই সিদ্ধান্তৰ কথা অস্বীকাৰ বিজেপিৰ সংবাদ বিভাগৰ

সংবাদ বিভাগৰ আহ্বায়ক ধ্ৰুৱজ্যোতি মৰলে সদৰী কৰিলে এই তথ্য

prathamkhabarnews

প্ৰথম খবৰ 24/7 হৈছে অসমীয়া ছেটেলাইট নিউজ চেনেল 'নিউজ টাইম অসম'ৰ ৱেব চাইট। যি আপোনাক স্থানীয় আৰু লগতে দেশ-বিদেশৰ শেহতীয়া খবৰ দি থাকে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

twenty − eighteen =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.