AssamCity newsFestivalInternationalnationalঅসমগুৱাহাটীদৈনিক বাতৰিবিশ্বভাৰতমনোৰঞ্জন

আজি ২০২৪ বৰ্ষৰ প্ৰথমটো দিন, বছৰটোৰ প্ৰথম সপ্তাহৰো প্ৰথম দিন আজি, প্ৰথম খবৰৰ তৰফৰ পৰা সমূহ দৰ্শকক হিয়াভৰা শুভেচ্ছা, অভিনন্দন…..

আজি ২০২৪ বৰ্ষৰ প্ৰথমটো দিন। বছৰটোৰ প্ৰথম সপ্তাহৰো প্ৰথম দিন আজি। প্ৰথম খবৰৰ তৰফৰ পৰা সমূহ দৰ্শক তথা অসমবাসীলৈ আগবঢ়াইছো হিয়াভৰা শুভেচ্ছা, অভিনন্দন। নতুন বছৰটো সকলোৰে বাবে মংগলময় হওক। বিগত বৰ্ষৰ যিবোৰ নেতিবাচক কাৰকে আমাৰ ৰাজ্যখনক ব্যতিব্যস্ত কৰি ৰাখিছিল, আশাকৰোঁ ২০২৪ত এই কাৰকবোৰ দুৰ্বল হৈ পৰিব। নতুন বৰ্ষৰ প্ৰথম দিনটোত আজি সকলোৱে বিভিন্ন মন্দিৰ, উপাসনাস্থলীত প্ৰাৰ্থনা আগবঢ়াইছে। সকলোৰে মংগলৰ হৈ সকলোৱে পূজা–অৰ্চনা কৰিছে। সমাগত সময়বোৰ সুন্দৰ হওক। প্ৰতিটো পল–অনুপল উদযাপনৰ আধাৰ হৈ পৰক। সমূহ অসমবাসীৰ বাবে সেয়াই আমাৰ প্ৰাৰ্থনা।

 

 

 

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

2 + 5 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.