leatest updateঅসমগুৱাহাটীদৈনিক বাতৰি

গুৱাহাটীৰ ৰাধা গোবিন্দ বৰুৱা মহাবিদ্যালয়ৰ সমীপত ‘শ্বহীদ উদ্যান’ মুকলি…

১ কোটি ৮১ লাখ ব্যয়ৰে নিৰ্মাণ কৰা হৈছে এই উদ্যান

গুৱাহাটী মহানগৰীৰ নাগৰিকৰ আমোদ প্ৰমোদৰ বাবে এক নতুন সংযোজন। দেওবাৰে ৰাধা গোবিন্দ বৰুৱা মহাবিদ্যালয়ৰ সমীপত নতুনকৈ মুকলি কৰা হয় এখন উদ্যান। প্ৰায় ডেৰ বিঘা মাটিত স্থাপন কৰা এই উদ্যানখন মুকলি কৰে গুৱাহাটী উন্নয়ন দপ্তৰৰ মন্ত্ৰী অশোক সিংঘলে।

AMRUT আঁচনিৰ অধীনত ১ কোটি ৮১ লাখ ব্যয়ৰে নিৰ্মাণ কৰা হৈছে এই উদ্যান। উদ্বোধনী অনুষ্ঠানত সাংসদ কুইন ওজা, মেয়ৰ মৃগেন শৰণীয়া, GMDAৰ অধ্যক্ষ নাৰায়ণ ডেকাকে আদি কৰি কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকে।

Pratham Khabar News

প্ৰথম খবৰ 24/7 হৈছে অসমীয়া ছেটেলাইট নিউজ চেনেল 'নিউজ টাইম অসম'ৰ ৱেব চাইট। যি আপোনাক স্থানীয় আৰু লগতে দেশ-বিদেশৰ শেহতীয়া খবৰ দি থাকে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

5 × 3 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.