অসম

১০ টকা দিবনে? বিনিময়ত মই এটা কলম দিম!

জীৱন সংগ্ৰাম এইয়া, গুৱাহাটীৰ ট্ৰেফিক লাইটত প্ৰায়ে তেঁওক দেখা যায় এইজন ব্যক্তিক।

ৰাজপথত এজন দুখীয়া বৃদ্ধৰ কাতৰ অনুৰোধ। জীৱন সংগ্ৰাম এইয়া। গুৱাহাটীৰ ট্ৰেফিক লাইটত প্ৰায়ে তেঁওক দেখা যায় এইজন ব্যক্তিক। ভিক্ষাৰী নহয় তেওঁ। আত্মসন্মান থকা এজন ব্যৱসায়ী। দহ টকাৰ বিনিময়ত তেওঁ এটা কলম বেছিব খুজিছে। কোনোবাই কিনিছে আৰু বহুতেই মুখ ঘূৰাই দিছে। তথাপি ভ্ৰূক্ষেপ নাই তেওঁৰ, লেষমানো আক্ষেপ নাই। মুঠতে কেৱল আগবাঢ়ি গৈছে হাত পাতি ইখনৰ পিছত সিখন গাড়ীৰ খিৰিকীত।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

2 + three =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.