অসমভাৰত

আজি কমনৱেলথত বক্সিং ৰিঙত নামিব লাভলীনা!

নিশা ১২ বজাত ৰিঙত নামিব লাভলীনা বৰগোহাঁই

আজি কমনৱেলথত বক্সিং ৰিঙত নামিব লাভলীনা!

নিশা ১২ বজাত ৰিঙত নামিব লাভলীনা বৰগোহাঁই। প্ৰথম ৰাউণ্ডত লাভলীনাৰ প্ৰতিদ্বন্দ্বী নিউজিলেণ্ডৰ খেলুৱৈ। ইংলেণ্ডৰ ব্ৰামিংহামৰ দ্বাবিংশতিতম কমনৱেলথ গেমছত (Commonwealth Games 2022) অসমৰ লাভলীনা বৰগোহাঁয়ে আজি ৬৬-৭০ কেজি শাখাৰ প্ৰি–কোৱাৰ্টাৰ ফাইনেলৰ খেলত নিউজিলেন্ডৰ আৰাইন নিকলছনৰ বিৰুদ্ধে খেলিব।

ভাৰতীয় সময় মতে নিশা ১২ বজাত আৰম্ভ হ’ব খেলখন। নিকলছনৰ বিৰুদ্ধে জয় হ’লে কোৱাৰ্টাৰ ফাইনেলত ২০১৮ চধৰ গন্ড কষ্ট কমনৱেলথ গেমছৰ ৰূপৰ পদক বিজয়ী ৱেলছৰ ৰজি একলেছৰ বিৰুদ্ধে অৱতীৰ্ণ হ’ব লাভলীনা বৰগোহাঁই,  লনবলৰ মহিলাৰ একক শাখাত খেলিব তানিয়া চৌধুৰীয়ে।

লৰা ডেনিয়েলৰ বিৰুদ্ধে খেলিব তানিয়াই, দিনৰ ১ বজাত অনুষ্ঠিত হ’ব তানিয়াৰ খেল। ভাৰোত্তোলনৰ ৪৯ কেজি শাখাত নামিব মীৰা বাঈছানু।

 

নিশা ৮ বজাত অনুষ্ঠিত হ’ব মীৰাবাঈ ছানুৰ খেল।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

three × three =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.