Asian gamesAssamInternationalleatest updateSports

এছিয়াডত অব্যাহত ভাৰতীয় খেলুৱৈৰ জয়যাত্ৰা…

বুধবাৰৰ দিনটোতো এটা সোণ, ৩টা ব্ৰঞ্জৰ পদক ভাৰতৰ

এছিয়াডত অব্যাহত ভাৰতীয় খেলুৱৈৰ জয়যাত্ৰা

বুধবাৰৰ দিনটোতো এটা সোণ, ৩টা ব্ৰঞ্জৰ পদক

আৰ্চাৰীত সোণৰ পদক দখল ভাৰতীয় দলৰ

এতিয়ালৈ ১৬টা সোণ, ২৭টা ৰূপ, ৩১টা ব্ৰঞ্জ ভাৰতৰ

৭৪টা পদক দখলেৰে তালিকাৰ চতুৰ্থ স্থানত ভাৰত

হকীৰ ফাইনেলত প্ৰৱেশ ভাৰতীয় পুৰুষ দলৰ

দক্ষিণ কোৰিয়াক পৰাস্ত কৰি ফাইনেলত ভাৰত

৫-৩ গ’লৰ ব্যৱধানত জয়ী ভাৰতীয় হকী দল

স্বৰ্ণ জয়ৰ বাবে যুঁজ দিছে গ’ল্ডেন বয় নীৰজ চোপ্ৰাই

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

twenty + 3 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.