অসমদৈনিক বাতৰি

গহপুৰত পানী যোগানৰ নামত চহৰখনৰ বাসিন্দাক খুৱাইছে বৰবিহ !

গহপুৰত পানী যোগানৰ নামত চহৰখনৰ বাসিন্দাক খুৱাইছে বৰবিহ !

গহপুৰত পানী যোগানৰ নামত চহৰখনৰ বাসিন্দাক খুৱাইছে বৰবিহ৷ গহপুৰ পৌৰসভাৰ অধীনত কেইবাকোটি টকাৰে নিৰ্মান হোৱা এই পানীযোগান আঁচনিৰ লেতেৰা পানী সেৱন কৰি চৰ্মৰোগকে ধৰি জ্বৰ কাহত ভুগিব লগা হোৱাৰ অভিযোগ ৫নং ৱাৰ্ডৰ ৰাইজৰ৷

অত্যন্ত লেতেৰা পানী বিতৰন কৰা এই পানীৰ বাবদ মাহত দুশৰ পৰা তিনিশ টকা পৰ্যন্ত সংগ্ৰহ কৰে যদিও অভিযোগ অনুসৰি এবছৰ দিন ধৰি পৌৰসভাই বালি সলনি কৰা নাই ফিল্টাৰৰ৷

Pratham Khabar News

প্ৰথম খবৰ 24/7 হৈছে অসমীয়া ছেটেলাইট নিউজ চেনেল 'নিউজ টাইম অসম'ৰ ৱেব চাইট। যি আপোনাক স্থানীয় আৰু লগতে দেশ-বিদেশৰ শেহতীয়া খবৰ দি থাকে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

sixteen + six =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.