AssamCity newsCMO Assampoliticalঅসমগুৱাহাটীদুৰ্ঘটনাদৈনিক বাতৰিভাৰতৰাজনৈতিক

কাছাৰৰ গোবিন্দপুৰত বৰাকৰ নৈৰ ভয়ংকৰ খহনীয়া, প্ৰবল খহনীয়াৰ বাবে নৈৰ বুকুত জাহ তিনি শতাধিক পৰিয়ালৰ…..

কাছাৰৰ গোবিন্দপুৰত বৰাকৰ নৈৰ ভয়ংকৰ খহনীয়া ৷

প্ৰবল খহনীয়াৰ বাবে নৈৰ বুকুত জাহ গৈছে তিনি শতাধিক পৰিয়ালৰ ভেটি-মাটি৷ ভয়ংকৰ খহনীয়াত অঞ্চলটোৰ কেইবা শতাধিক পৰিয়ালৰ ঘৰদুৱাৰ, ভেটি-মাটিসহ দুটাকৈ মছজিদ আৰু মাদ্ৰাছা জাহ গৈছে নৈৰ বুকুত।

ফলত আতংকিত হৈ পৰিছে গঞা ৰাইজ।

খহনীয়া ৰোধ কৰাৰ বাবে বিভাগীয় কৰ্তৃপক্ষই গুৰুত্ব নিদিয়াৰ অভিযোগ।

খহনীয়া ৰোধৰ বাবে চৰকাৰ-প্ৰশাসন তথা জলসম্পদ বিভাগে কোনো ব্যৱস্থা নোলোৱাত ক্ষোভ উজাৰে অঞ্চলটোৰ ৰাইজে।

শীঘ্ৰেই ভয়ংকৰ এই খহনীয়া প্ৰতিৰোধ কৰাৰ বাবে স্থানীয় লোক সকলে মূখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ লগতে বিভাগীয় মন্ত্ৰী পিযুষ হাজৰিকাক জনাইছে কাতৰ অনুৰোধ।

 

 

 

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

three × three =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.