AssamCity newsnationalpoliticalঅপৰাধঅসমগুৱাহাটীদৈনিক বাতৰিভাৰতৰাজনৈতিক

উচ্চতম ন্যায়ালয়ত মুখথেকেছা হেমন্ত ছোৰেনৰ, EDএ ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে অপসাৰিত মুখ্যমন্ত্ৰীগৰাকীক…..

উচ্চতম ন্যায়ালয়ত মুখথেকেছা হেমন্ত ছোৰেনৰ

হেমন্ত ছোৰেনৰ আবেদন নাকচ ন্যায়ালয়ৰ

উচ্চ ন্যায়ালয়লৈ যাবলৈ নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ

ভূমি কেলেংকাৰিৰ গোচৰত অভিযুক্ত ছোৰেন

কয়লা আৰু খনন কেলেংকাৰিতো নাম আছে ছোৰেনৰ

EDএ ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে অপসাৰিত মুখ্যমন্ত্ৰীগৰাকীক

গ্ৰেপ্তাৰৰ পাছতেই পদৰ পৰা অপসাৰিত ছোৰেন

EDৰ গ্ৰেপ্তাৰৰ বিৰুদ্ধে শীৰ্ষ ন্যায়ায়ললৈ ছোৰেন

ছোৰেনৰ আবেদন শুনিবলৈ অস্বীকাৰ শীৰ্ষ ন্যায়ালয়ৰ

 

 

 

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

2 × 2 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.