Social

অহা ১৩ জানুৱাৰীত আৰম্ভ হ’ব বিশ্বৰ আটাইতকৈ দীঘলীয়া ক্ৰুজ যাত্ৰা

উত্তৰ প্ৰদেশৰ বাৰাণসীৰ পৰা বাংলাদেশ হৈ অসমৰ ডিব্ৰুগড়লৈ ভ্ৰমণ কৰিব এই ক্ৰুজে।

গংগা বিলাস! বিশ্বৰ আটাইতকৈ দীঘলীয়া ক্ৰুজ ভ্ৰমণ ‘গংগা বিলাস’ অহা ১৩ জানুৱাৰীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ফ্লেগ অফ কৰিব। উত্তৰ প্ৰদেশৰ বাৰাণসীৰ পৰা বাংলাদেশ হৈ অসমৰ ডিব্ৰুগড়লৈ ভ্ৰমণ কৰিব এই ক্ৰুজে।

যদিও প্ৰশাসনে এতিয়াও প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ পৰা মোদীৰ কোনো আনুষ্ঠানিক কাৰ্যসূচী লাভ কৰা নাই, তথাপিও এই কাৰ্যসূচীৰ প্ৰস্তুতি অব্যাহত আছে বুলি জিলা কৰ্তৃপক্ষই জনায়।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

eighteen − 10 =

Back to top button