অসম

প্ৰাক্তন বিধায়ক মদন কলিতাৰ আকস্মিক বিয়োগ, নলবাৰীত শোকৰ ছাঁ

নলবাৰী সমষ্টিৰ বিধায়ক আছিল কলিতা। বিধায়কগৰাকীৰ মৃত্যুত এতিয়া সমগ্ৰ নলবাৰীতে পৰিছে শোকৰ ছাঁ।

প্ৰাক্তন বিধায়ক মদন কলিতাৰ দেহাৱসান। ষ্ট্ৰোকত আক্ৰান্ত হৈ শুকুৰবাৰে নিশা গুৱাহাটীত শেষনিশ্বাস ত্যাগ কৰে বিধায়কগৰাকীয়ে। ২০০১ চনত বিধায়ক হিচাপে জয়ী হৈছিল মদন কলিতা। নলবাৰী সমষ্টিৰ বিধায়ক আছিল কলিতা। বিধায়কগৰাকীৰ মৃত্যুত এতিয়া সমগ্ৰ নলবাৰীতে পৰিছে শোকৰ ছাঁ।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

twelve + 17 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.