দুৰ্ঘটনামুম্বাই

মুম্বাইত বিধ্বংসী অগ্নিকাণ্ড, আৱাসিক অট্টালিকাৰ ১৮ নং মহলাত অগ্নিকাণ্ডৰ ফলত ২জনৰ মৃত্যু

আনহাতে, হাস্পতাললৈ নিয়াৰ সময়ত ৬জন বয়সীয়া লোকক অক্সিজেন দিবলগীয়া হয়। বৰ্তমানেও অগ্নিনিৰ্বাপক বাহিনীয়ে অব্যাহত ৰাখিছে উদ্ধাৰ কাৰ্য।

মুম্বাইত ভয়ংকৰ অগ্নিকাণ্ড। ২০ মহলীয়া অট্টালিকাত হোৱা অগ্নিকাণ্ডৰ ফলত মৃত্যুক সাৱটিলে দুজন লোকে।

শনিবাৰে পুৱা মুম্বাইৰ তাৰডিঅ’ অঞ্চলৰ এটা আৱাসিক অট্টালিকাত অগ্নিৰ সূত্ৰপাত হয়। পুৱা প্ৰায় ৭ বজাত সংঘটিত হয় এই অগ্নিকাণ্ড। ২০ মহলীয়া অট্টালিকাটোৰ ১৮ নং মহলাত পুৱা অগ্নিকাণ্ড হোৱাৰ ফলত প্ৰায় ১৯জন লোক আঘাতপ্ৰাপ্ত হোৱাৰ লগতে দুজন লোকে মৃত্যুক সাবটি লয়। আঘাতপ্ৰাপ্ত লোকসকলক লৈ যোৱা হয় ভাটিয়া হাস্পতাললৈ।

আনহাতে, হাস্পতাললৈ নিয়াৰ সময়ত ৬জন বয়সীয়া লোকক অক্সিজেন দিবলগীয়া হয়। বৰ্তমানেও অগ্নিনিৰ্বাপক বাহিনীয়ে অব্যাহত ৰাখিছে উদ্ধাৰ কাৰ্য।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

7 − 4 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.