অসমগুৱাহাটীবতৰ

কি ৰাজপথ, কি পদপথ… সকলোফালে কেৱল সাগৰসদৃশ পৰিৱেশ!

কৃত্ৰিম বানত ককবকাইছে মহানগৰী

যোৱানিশাৰ পৰা মুষলধাৰ বৰষুণৰ ফলত মহানগৰীৰ বিভিন্ন স্থানত এতিয়া কৃত্ৰিম বান। কি ৰাজপথ, কি পদপথ, সকলোফালেই সাগৰসদৃশ পৰিৱেশ।

গেলা পানীৰে ভৰি পৰিছে মহানগৰী। অকল ৰাজপথ অথবা পদপথতেই নহয়, মানুহৰ ঘৰতো সোমাইছে লেতেৰা পানী। মহানগৰীৰ কোনো কোনো স্থানত কঁকাললৈ অহা পানী।

নিশা হোৱা মূষলধাৰ বৰষুণৰ পিছৰে পৰা কৃত্ৰিম বানৰ সৃষ্টি হয় মহানগৰীৰ ভিন্ন স্থানত। কৃত্ৰিম বানৰ লগতে ভূতৰ ওপৰত দানহ পৰাদি হৈছে ভূমিস্খলন।

কৃত্ৰিম বানৰ ফলত এতিয়া ব্যাত হা পৰিছে জনজীৱন। যমৰ যাতনা ভুগিবলগীয়া হৈছে শিক্ষাৰ্থী, অফিচ–কাচাৰীলৈ যোৱা লোকসকলে।

ইতিমধ্যে বৰাগাঁৱত ঘৰৰ ওপৰত পাহাৰৰ মাটি ৪জন লোকৰ মৃত্যু হৈছে। শুই থকা অৱস্থাতে মৃত্যু হয় লোককেইজনৰ।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

20 − five =

Back to top button