অপৰাধদৈনিক বাতৰি

নাগালেণ্ডত উগ্ৰপন্থীৰ সন্দেহত ৮জনক গুলীয়াই হত্যা

ঘটনাক কেন্দ্ৰ কৰি জিলাখনত সৃষ্টি হৈছে উত্তপ্ত পৰিস্থিতি

নাগালেণ্ডত উত্তপ্ত পৰিস্থিতি।

নাগালেণ্ডৰ মন জিলাত উগ্ৰপন্থীৰ সন্দেহত ৮জন লোকক গুলীয়াই হত্যা কৰে নিৰাপত্তাৰক্ষীয়ে। ঘটনাক কেন্দ্ৰ কৰি জিলাখনত সৃষ্টি হৈছে উত্তপ্ত পৰিস্থিতি।

অটিংবস্তিত নিৰাপত্তাৰক্ষীয়ে গুলীয়াই হত্যা কৰে লোককেইজনক। ঘটনাৰ পাছত ৰাইজৰ ৰোষৰ সন্মুখীন হৈছে নিৰাপত্তাৰক্ষী। ক্ষুব্ধ ৰাইজে নিৰাপত্তাৰক্ষীৰ বাহনত অগ্নিসংযোগ কৰাৰ লগতে স্থানীয় লোকে আক্ৰমণ কৰে নিৰাপত্তাৰক্ষীৰ ওপৰত।

তিৰু অঞ্চলৰ এটা কয়লা খনিৰ পৰা উভতি যোৱাৰ পথত সংঘটিত হৈছিল এই ঘটনা। ঘটনাক লৈ অঞ্চলজুৰি বিৰাজ কৰিছে তীব্ৰ উত্তেজনাই

 

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

4 × two =

Back to top button