Educationঅসমদৈনিক বাতৰিভাৰত

এতিয়াৰে পৰা CBSEৰ পাঠ্যক্ৰমত নাথাকিব মোগল সাম্ৰাজ্যৰ বিযয়ে?

চি বি এছ চিৰ পাঠ্যক্ৰমত ব্যাপক সালসলনি। এতিয়াৰে পৰা চি বি এছ চিৰ পাঠ্যক্ৰমত নাথাকে মোগলৰ বহু তথ্য। CBSCৰ পাঠ্যক্ৰমৰ পৰা আঁতৰোৱা হ'ল মোগলৰ শীতল যুদ্ধ, কৰিতা আদি

চি বি এছ চিৰ পাঠ্যক্ৰমত ব্যাপক সালসলনি। এতিয়াৰে পৰা চি বি এছ চিৰ পাঠ্যক্ৰমত নাথাকে মোগলৰ বহু তথ্য। CBSCৰ পাঠ্যক্ৰমৰ পৰা আঁতৰোৱা হ’ল মোগলৰ শীতল যুদ্ধ, কৰিতা আদি।

ছাত্ৰ-ছাত্ৰীয়ে পঢ়িব নালাগে মোগলৰ শীতল যুদ্ধ। পাঠ্যক্ৰমৰ পৰা আঁতৰ কৰিলে মোগলৰ বিষয়ে উল্লেখ থকা বহু অধ্যায়।
একাদশ আৰু দ্বাদশ পাঠ্যক্ৰমৰ ইতিহাস আৰু ৰাজনীতি বিজ্ঞানৰ পাঠ্যক্ৰমৰ পৰা মোগলৰ এই অধ্যাই আঁতৰ কৰিলে। ইয়াৰ ভিতৰত আছে- মোগলৰ কেইবাটাও আন্দোলন, শীতল যুদ্ধ, আফ্ৰিকা-এছিয়া মহাদেশৰ সাম্ৰাজ্য উদয়, মোগল দৰবাৰৰ ইতিহাস, উৰ্দু কবিতা আদি..

কেন্দ্ৰীয় মাধ্যমিক শিক্ষা ব’ৰ্ড চমুকৈ চিবিএছচিৰ পাঠ্যক্ৰমত এতিয়াৰে পৰা নাথাকে উৰ্দু কবিতাও। কেইবাটাও অধ্যায় আঁতৰ কৰা হ’ল পাঠ্যক্ৰমৰ পৰা।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

seven − three =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.