আন্তঃৰাষ্ট্ৰীয়দুৰ্ঘটনা

অন্ধ্ৰপ্ৰদেশত ভয়ংকৰ ৰে’ল দুৰ্ঘটনা! নিহত ৫জনৰ ৩ জনেই অসমৰ

ৰে’ল দুৰ্ঘটনাত ৫ জনৰ মৃত্যু

◼️অন্ধ্ৰপ্ৰদেশৰ শ্ৰীকাকুলামত ভয়ংকৰ ৰে’ল দুৰ্ঘটনা

◼️ৰে’ল দুৰ্ঘটনাত ৫ জনৰ মৃত্যু

◼️মৃত ৫ জনৰ ভিতৰত ৩ জনেই অসমৰ

◼️নিহত অসমৰ ৰচিদুল ইছলাম, বনিশ্ব বসুমতাৰী, পশুমন্ত্ৰী ভজলু

◼️নিহতসকল গুৱাহাটীমুখী ছুপাৰফাৰ্ষ্ট এক্সপ্ৰেছৰ যাত্ৰী আছিল

◼️বিজুতিৰ বাবে ট্ৰেকত ৰৈ যোৱা ৰে’লৰ পৰা নামিছিল যাত্ৰী

◼️সেই সময়তে কোণাৰ্ক এক্সপ্ৰেছৰ খুন্দাত নিহত ৫ জন

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

seven − 5 =

Back to top button