অসমগুৱাহাটীদুৰ্ঘটনাদৈনিক বাতৰিভাৰত

তীব্ৰ গতিত হ্ৰাস পাইছে ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠ….

তীব্ৰ গতিত হ্ৰাস পাইছে ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠ
বহু দুৰলৈকে মাথোঁ শুকুলা বলুকা
যোৰহাটত অনিশ্চয়তাৰ মাজত ৩৬০ কোটি টকীয়া প্ৰকল্প
জলস্তৰ হ্ৰাস পোৱাত পানী যোগান কেন্দ্ৰলৈ অশনি সংকেত

তীব্ৰ গতিত হ্ৰাস পাইছে ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠ। বহু দুৰলৈকে মাথো শুকুলা বলুকা।যোৰহাটত অনিশ্চয়তাৰ মাজত ৩৬০কোটিটকীয়া প্ৰকল্প।মহাবাহু ব্ৰহ্মপুত্ৰৰ জলৰাশি দ্ৰুত গতিত শুকাই অহাত অশনি সংকেত কঢ়িয়াই আনিছে ব্ৰহ্মপুত্ৰৰ পৰা পানী যোগান ধৰা যোৰহাট গ্ৰামাঞ্চলত বিতৰণ কৰিব লগীয়া ৩৬০ কোটি টকীয়া খোৱা পানী যোগান দিয়া প্ৰকল্পটোলৈ।

 

 

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

one × 1 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.