অসমদৈনিক বাতৰি

প্ৰকৃতিৰ ভূস্বৰ্গ লাডাখত অসমীয়াৰ গামোচা, লাডাখৰ উমলিংলাত উৰিল অসমীয়াৰ স্বাভিমান গামোচা

প্ৰকৃতিৰ ভূস্বৰ্গ লাডাখত অসমীয়াৰ গামোচা, লাডাখৰ উমলিংলাত উৰিল অসমীয়াৰ স্বাভিমান গামোচা

প্ৰকৃতিৰ ভূস্বৰ্গ লাডাখত অসমীয়াৰ গামোচা

লাডাখৰ উমলিংলাত উৰিল অসমীয়াৰ স্বাভিমান গামোচা

বোকাজান ঋতুৰাজ মহন্তৰ এই সফলতা

এমাহজোৰা প্ৰচেষ্টাৰ অন্তত ঋতুৰাজৰ এই সফলতা

২৬ মে’ত বাইকেৰে যাত্ৰা কৰিছিল লাডাখ অভিমুখে

এমাহত ১০ হাজাৰ কিঃমিঃ পথ অতিক্ৰম ঋতুৰাজৰ

ঋতুৰাজৰ সাফল্যত উৎফুল্লিত বোকাজানবাসী

বিভিন্ন দল-সংগঠনৰ উষ্ম আদৰণি ঋতুৰাজক

prathamkhabarnews

প্ৰথম খবৰ 24/7 হৈছে অসমীয়া ছেটেলাইট নিউজ চেনেল 'নিউজ টাইম অসম'ৰ ৱেব চাইট। যি আপোনাক স্থানীয় আৰু লগতে দেশ-বিদেশৰ শেহতীয়া খবৰ দি থাকে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

5 × two =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.