অসম

২০ জুনলৈ স্থগিত গুৱাহাটী বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ সকলো পৰীক্ষা…

বুধবাৰে পৰীক্ষা স্থগিতকৰণৰ কথা ঘোষণা কৰিলে গুৱাহাটী বিশ্ববিদ্যালয় কৰ্তৃপক্ষই

গুৱাহাটী বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ মহলাৰ সকলো পৰীক্ষা স্থগিত। ২০ জুনলৈ স্থগিত কৰা হ’ল সকলো পৰীক্ষা। বুধবাৰে এই ঘোষণা কৰিলে গুৱাহাটী বিশ্ববিদ্যালয় কৰ্তৃপক্ষই। প্ৰতিকূল বতৰৰ বাবে গুৱাহাটীৰ বৰ্তমানৰ কৃত্ৰিম বান পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি বিশ্ববিদ্যালয় কৰ্তৃপক্ষই পৰীক্ষা স্থগিত কৰাৰ সিদ্ধান্ত লয়। পৰৱৰ্তী সময়ত পূৰ্ব নিৰ্ধাৰিত সময় মতেই অনুস্থিত হ’ব বাতিল কৰা পৰীক্ষাসমূহ।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

9 + 4 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.