AssamCity newshealthleatest updateঅসমগুৱাহাটীজীৱনশৈলীদৈনিক বাতৰিবিশ্বভাৰতস্বাস্থ্য

চৰাইদেউত বৃদ্ধি পাইছে HIV পজিটিভত আক্ৰান্ত লোকৰ সংখ্যা, তথ্য অনুসৰি ১৯ জন লোকৰ দেহত ধৰা পৰিছে HIV পজিটিভ…….

চৰাইদেউ জিলাত বৃদ্ধি পাইছে HIV পজিটিভত আক্ৰান্ত লোকৰ সংখ্যা। শেহতীয়া তথ্য অনুসৰি ১৯ জন লোকৰ দেহত ধৰা পৰিছে HIV পজিটিভ। ইয়াৰে এজন লোক ইতিমধ্যে মৃত্যু হোৱাৰ তথ্য পোহৰলৈ আহিছে। আনহাতে এই সকলৰ বেছিভাগেই  নিষিদ্ধ ড্ৰাগছ সেৱন কৰাৰ ফলতেই এইডছ আক্ৰান্ত হোৱা বুলি জানিবলৈ দিছে চৰাইদেউ জিলা যুটীয়া স্বাস্থ্য সঞ্চালকে। তথ্য অনুসৰি শেহতীয়াকৈ ড্ৰাগছ সেৱন কৰা এজন লোক দুৰ্ঘটনাত পতিত হৈ চিকিৎসাধীন হোৱাত তেজ পৰীক্ষা কৰোঁতেই ধৰা পৰে এইডছত আক্ৰান্তৰ কথা।‌ ইফালে চিকিৎসাধীন যুৱকজন কালি অৰ্থাৎ মঙলবাৰে মৃত্যু হোৱাৰ পাছত এতিয়া যুৱকজনৰে সম্পৰ্ক থকা লোকসকলৰ মাজত হাহাকাৰ পৰিৱেশ সৃষ্টি হৈছে।

 

 

 

prathamkhabarnews

প্ৰথম খবৰ 24/7 হৈছে অসমীয়া ছেটেলাইট নিউজ চেনেল 'নিউজ টাইম অসম'ৰ ৱেব চাইট। যি আপোনাক স্থানীয় আৰু লগতে দেশ-বিদেশৰ শেহতীয়া খবৰ দি থাকে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

5 × five =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.