AssamCity newsCMO Assamleatest updatePMo indiapoliticalSocial

EVMত বন্দী হ’ল ৪৭গৰাকী প্ৰাৰ্থীৰ ভাগ্য

তৃতীয় পৰ্যায়ত ভোটদানৰ হাৰেৰে দেশৰ ভিতৰত প্ৰথম অসম

ৰাজ্যত শান্তিপূৰ্ণভাৱে অন্ত পৰিল গণতন্ত্ৰৰ উৎসৱ

তৃতীয় পৰ্যায়ৰ নিৰ্বাচনত ভোটাৰৰ উৎসাহজনক সঁহাৰি

EVMত বন্দী হ’ল ৪৭গৰাকী প্ৰাৰ্থীৰ ভাগ্য

তৃতীয় পৰ্য়ায়ত ৪ সমষ্টিত ভোটদানৰ হাৰ 81.71%

তৃতীয় পৰ্যায়ত ভোটদানৰ হাৰেৰে দেশৰ ভিতৰত প্ৰথম অসম

ধুবুৰী সমষ্টিত সৰ্বাধিক ভোটদানৰ হাৰ 92.68%

গুৱাহাটী সংসদীয় সমষ্টিত ভোটদানৰ হাৰ 75.67%

কোকৰাঝাৰ সংসদীয় সমষ্টিত ভোটদানৰ হাৰ 80.44%

বৰপেটা সংসদীয় সমষ্টিত ভোটদানৰ হাৰ 82.02%

ভোটদানৰ প্ৰকৃত হাৰৰ সামান্য তাৰতম্য হ’ব পাৰে

৪ জুনত ঘোষণা হ’ব নিৰ্বাচনৰ ফলাফল

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

eight + 7 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.