Social

জটিল ৰোগৰ ওচৰত হাৰ মানি ইহলোকলৈ গতি কৰিলে মহানগৰ নিবাসী দিলাৰা তৈয়ব…

বিশিষ্ট মহিলা গৰাকীৰ মৃত্যুত এতিয়া অঞ্চলজুৰি পৰিছে শোকৰ ছাঁ।

জটিল ৰোগত আক্ৰান্ত হৈ মৃত্যুক সাৱটিলে গুৱাহাটী মহানগৰৰ নিবাসী দিলাৰা তৈয়বে। শনিবাৰে খ্ৰীষ্টানবস্তিৰ নিবাসী দিলাৰা তৈয়বে নিজ বাসগৃহত শেষ নিশ্বাস ত্যাগ কৰে।

মৃত্যুৰ সময়ত তেখেতৰ বয়স আছিল ৮৫ বছৰ। দীৰ্ঘদিন ধৰি জটিল ৰোগত আক্ৰান্ত হৈ আছিল মহিলাগৰাকী। জীৱিত কালত সমাজকৰ্মৰ সৈতে জড়িত আছিল দিলাৰা তৈয়ব। বিশিষ্ট মহিলা গৰাকীৰ মৃত্যুত এতিয়া অঞ্চলজুৰি পৰিছে শোকৰ ছাঁ।

মৃত্যুৰ সময়ত মহিলাগৰাকীয়ে এৰি থৈ গৈছে পুত্ৰ-বোৱাৰী, জী-জোঁৱাই আৰু নাতি-নাতিনীক।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

two × 3 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.