সাজু হৈ উঠিছে বিশ্বৰ ভিতৰত সৰ্বোচ্চ আৰু সৰ্ববৃহৎ ‘Observation Wheel’
'লণ্ডন আই'তকৈ দুগুণ উচ্চতাৰ এই Observation Wheel
মুকলি হ’ব বিশ্বৰ সৰ্বোচ্চ আৰু সৰ্ববৃহৎ Observation Wheel। অক্টোবৰত ডুবাইত মুকলি কৰা হ’ব এই চালে চকুৰোৱা Observation Wheelটো।
উল্লেখ্য যে, এই পৰ্য্যবেক্ষণ চকাটো ‘লণ্ডন আই’ৰ উচ্চতাতকৈও সৰ্বাধিক।
The iconic @AinDXBOfficial, the world's tallest and largest observation wheel, will open on October 21. Ain Dubai will contribute to enriching #Dubai’s offerings as a global tourism and leisure destination. @dubaiholding pic.twitter.com/aU6QsFJTI5
— Dubai Media Office (@DXBMediaOffice) August 24, 2021
এই Observation Wheelৰ নিৰ্মাণ সম্পূৰ্ণ হৈছে। ২১ অক্টোবৰত পৰ্যটকৰ বাবে মুকলি কৰা হ’ব Observation Wheelটো। ‘লণ্ডন আই’তকৈ দুগুণ উচ্চতাৰ এই হুইলিটোৱে পৰ্যটকক ২৫০ মিটাৰ উচ্চতালৈ লৈ যাব। এই হুইলৰ পৰা পৰ্যটকে ডুবাইৰ নান্দনিক দৃশ্য উপভোগ কৰিবলৈ সক্ষম হ’ব।