আমেৰিকাবিশ্ব

‘তাৰজান’ ছবিৰ জনপ্ৰীয় অভিনেতা জোছেফ লাৰাৰ মৃত্যু

হলীউদৰ অভিনেতা জোছেফ লাৰা(Joe Lara)ৰ মৃত্যু।

‘তাৰজান’ছবিৰ জনপ্ৰীয় অভিনেতা জোছেফ লাৰাৰ উৰা জাহাজ দুৰ্ঘটনাত মৃত্যু হয়।

অভিনেতাজনে পত্নী আৰু আন ৫জন লোকৰ সৈতে এখন সৰু জেটেৰে ভ্ৰমণ কৰি থকাৰ সময়তে দুৰ্ঘটনাগ্ৰস্ত হৈ জেটখন Tennesse  হ্ৰদত বাগৰি পৰে। এই দুৰ্ঘটনাত জোছেফৰ লগতে তেওঁৰ পত্নীসহ আন ৭জন লোকৰো মৃত্যু হয়।

ঘটনাৰ তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে। এই দুৰ্ঘটনাক লৈ হলীউদৰ লগতে বলীউদতো পৰিছে শোকৰ ছাঁ।

হ্ৰদটোৰ আশে–পাশে দুৰ্ঘটনাগ্ৰস্ত বিমানখনৰ ধ্বংসস্তুপৰ সন্ধান পোৱা গৈছে। দুৰ্ঘটনাত মৃত্যু হোৱা লোককেইজন ক্ৰমে ব্ৰাণ্ডন হানা, গোৱেন এছ লাৰা, উইলিয়ম জে লাৰা, ডেভিদ এল মাৰ্টিন, জেনিফাৰ জে মাৰ্টিন, জেছিকা ৱাল্টৰ্ছ আৰু জনাথন ৱাৰ্টৰ্ছ বুলি চিনাক্ত কৰা হৈছে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

thirteen + two =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.