AssamCMO AssamHimanta Biswa Sarmaleatest updateRegionalSocial

ঢকুৱাখনাত ১২ হাজাৰ পৰিয়ালক আনুষ্ঠানিকভাৱে প্ৰদান ভূমিপট্টা…

ভূমি পট্টা লাভ কৰি মুখ্যমন্ত্ৰীক ধন্যবাদ সাধাৰণ জনতাৰ।

মিছন বসুন্ধৰা ২.০ আঁচনিৰ অধীনত সোমবাৰে ঢকুৱাখনাত প্ৰদান কৰা হয় ভূমিপট্টা। ১২ হাজাৰ পৰিয়ালক আনুষ্ঠানিকভাৱে ভূমিপট্টা প্ৰদান কৰা হয়। এই অনুষ্ঠানত অংশগ্ৰহণ কৰে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই।

শীঘ্ৰে ভূমি সম্পৰ্কীয় সকলোবোৰ গোচৰ নিস্পত্তি কৰা হ’ব বুলি ঘোষণা কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে। এই অনুষ্ঠানত জিলা প্ৰশাসনৰ শীৰ্ষ বিষয়াসকলেও অংশ লয়। ভূমি পট্টা লাভ কৰি মুখ্যমন্ত্ৰীক ধন্যবাদ জনায় সাধাৰণ জনতাই।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

one + 17 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.