AssamCity newsInternationalnationalpoliticalঅসমগুৱাহাটীদিল্লীদৈনিক বাতৰিভাৰতৰাজনৈতিক

আজিৰে পৰা নিৰ্বাচনী প্ৰচাৰত নামিব কেজৰিৱাল….. ১ জুনলৈকে কেজৰিৱালক সাময়িক মুক্তি ন্যায়ালয়ৰ……

আজিৰে পৰা নিৰ্বাচনী প্ৰচাৰত নামিব কেজৰিৱাল

২০ দিনৰ বাবে মুকলি আকাশৰ তলত কেজৰিৱাল

১ জুনলৈকে কেজৰিৱালক সাময়িক মুক্তি ন্যায়ালয়ৰ

প্ৰচাৰৰ পূৰ্বে হনুমান মন্দিৰত সেৱা ল’লে কেজৰিৱালে

AAPৰ কৰ্মীৰ সৈতে সেৱা ল’লে কেজৰিৱালে

উপস্থিত আছে পাঞ্জাৱৰ মুখ্যমন্ত্ৰী ভগৱন্ত সিং

দিনৰ ১ বজাত সম্বোধন কৰিব সংবাদ মেল

AAPৰ মুখ্য কাৰ্যালয়ত সংবাদ মেল কেজৰিৱালৰ

বিয়লি দক্ষিণ দিল্লীত কেজৰিৱালৰ মেগা ৰোড শ্ব’

 

 

 

Pratham Khabar News

প্ৰথম খবৰ 24/7 হৈছে অসমীয়া ছেটেলাইট নিউজ চেনেল 'নিউজ টাইম অসম'ৰ ৱেব চাইট। যি আপোনাক স্থানীয় আৰু লগতে দেশ-বিদেশৰ শেহতীয়া খবৰ দি থাকে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

4 + 17 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.