শ্ৰেণীবিহীন

কাছাৰত অব্যাহত বাৰ্মিজ চুপাৰিৰ অবৈধ বেহা, কাছাৰত আৰক্ষীৰ জালত ২ বাৰ্মিজ চুপাৰি মাফিয়া

কাছাৰত অব্যাহত বাৰ্মিজ চুপাৰিৰ অবৈধ বেহা, কাছাৰত আৰক্ষীৰ জালত ২ বাৰ্মিজ চুপাৰি মাফিয়া

কাছাৰত অব্যাহত বাৰ্মিজ চুপাৰিৰ অবৈধ বেহা

কাছাৰত আৰক্ষীৰ জালত ২ বাৰ্মিজ চুপাৰি মাফিয়া

গ্ৰেপ্তাৰ গুলজাৰ হুছেইন, খয়ৰুল হক

দীৰ্ঘদিনৰ পৰা চলাই আহিছিল বাৰ্মিজ চুপাৰিৰ ছিণ্ডিকেট

মিজোৰামৰ পৰা ট্ৰাকে ট্ৰাকে সৰবৰাহ কৰিছিল চুপাৰি

পূৰ্বেও কয়লা ছিণ্ডিকেট, বহু অপৰাধৰ সৈতে জড়িত দুয়ো

খাইৰুলৰ বিৰুদ্ধে কেইবাখনো থানাত ৰুজু হৈ আছে গোচৰ

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

two + 14 =

Back to top button