Covid-19

ক’ভিডত আক্ৰান্ত দেশৰ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং

অ'মিক্ৰণৰ বিৰুদ্ধে দেশবাসীয়ে যুঁজ দিয়াৰ সময়তে ক'ভিডত আক্ৰান্ত হৈছে বহু লোক।

দেশৰ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰ দেহত ধৰা পৰিছে ক’ভিডৰ উপস্থিতি। সোমবাৰে টুইটাৰযোগে ক’ভিডৰ উপস্থিতিৰ কথা ঘোষণা কৰে ৰাজনাথ সিঙে।

টুইটাৰত তেওঁ লিখে যে, “আজি মোৰ দেহত ক’ভিড পজিটিভ ধৰা পৰিছে। সামান্য লক্ষণ আছে। বৰ্তমান মই হোম কোৱাৰেণ্টাইনত আছো”।

https://twitter.com/rajnathsingh/status/1480489587088584706

উল্লেখ্য যে, শেহতীয়াকৈ বহু মন্ত্ৰী, ৰাজনৈতিক নেতাৰ দেহত ধৰা পৰিছে ক’ভিড-১৯। অ’মিক্ৰণৰ বিৰুদ্ধে দেশবাসীয়ে যুঁজ দিয়াৰ সময়তে ক’ভিডত আক্ৰান্ত হৈছে বহু লোক।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

13 − four =

Back to top button