অপৰাধঅসমগুৱাহাটীদৈনিক বাতৰিবিশ্বভাৰতৰাজনৈতিক

মণিপুৰ হিংসাৰ শুনানি ল’ব গুৱাহাটী উচ্চ ন্যায়ালয়ে, সৰ্বোচ্চ ন্যায়ালয়ে শুকুৰবাৰে এই সন্দৰ্ভত জাৰি কৰে জাননী

মণিপুৰ হিংসাৰ শুনানি ল’ব গুৱাহাটী উচ্চ ন্যায়ালয়ে

সৰ্বোচ্চ ন্যায়ালয়ে শুকুৰবাৰে এই সন্দৰ্ভত জাৰি কৰে জাননী

সৰ্বোচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচুৰে জাৰি কৰে নিৰ্দেশনা

মণিপুৰৰ হিংসাত্মক ঘটনাৰ তদন্ত চলাই আছে CBIএ

CBIৰ তদন্তৰ ভিত্তিত শুনানি ল’ব গুৱাহাটী উচ্চ ন্যায়ালয়ে

শুনানিৰ বাবে বিশেষ ন্যায়াধীশ নিযু্ক্ত কৰাৰ নিৰ্দেশ সৰ্বোচ্চ ন্যায়ালয়ৰ

গোচৰৰ শুনানিৰ সন্দৰ্ভত মণিপুৰত দণ্ডাধীশৰ আগত হ’ব সাক্ষ্য গ্ৰহণ

প্ৰয়োজন সাপেক্ষে মণিপুৰতেই অভিযুক্তক লোৱা হ’ব পাৰে ন্যায়িক জিম্মাত

মণিপুৰ চৰকাৰক প্ৰয়োজনীয় ইণ্টাৰনেট সুবিধা CBIক দিবলৈ নিৰ্দেশ সৰ্বোচ্চ ন্যায়ালয়ৰ

সম্প্ৰতি ২০টাকৈ ঘটনাৰ তদন্তৰ বাবে মণিপুৰত বাহৰ পাতিছে ৫৩জনীয়া গোট

৫৩জনীয়া তদন্তকাৰী গোটত আছে ২৯গৰাকীকৈ CBIৰ মহিলা বিষয়া

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

5 × 2 =

Back to top button