অসমগুৱাহাটীদৈনিক বাতৰিপৰিৱেশভাৰত

বিহপুৰীয়া সমষ্টিৰ এটা বিধ্বস্ত পথে জলাকলা খোৱাইছে সাধাৰণ জনতাক

পথালিপাহাৰৰ পৰা পিঠাগুৰি হৈ বিহপুৰীয়া সংযোগী মুল পথটোৰ বিগত বহু বছৰ ধৰি বিধ্বস্ত হৈ থকাত যাতায়তৰ ক্ষেএত চৰম দুভোগ ভুগিছে ৰাইজে ৷

বিহপুৰীয়া সমষ্টিৰ এটা বিধ্বস্ত পথে জলাকলা খোৱাইছে সাধাৰণ জনতাক ৷

পথালিপাহাৰৰ পৰা পিঠাগুৰি হৈ বিহপুৰীয়া সংযোগী মুল পথটোৰ বিগত বহু বছৰ ধৰি বিধ্বস্ত হৈ থকাত যাতায়তৰ ক্ষেএত চৰম দুভোগ ভুগিছে ৰাইজে ৷

বিধ্বস্ত পথটোৰ বাবে অঞ্চলতোৰ ছাএ ছাএী সকলৰ লগতে ৰোগীক চিকিৎসালয়লৈ নিয়াৰ ক্ষেএতো জমৰ যান্তনা ভুগিবলগীয়া হৈছে ৰাইজে ৷

পথটো নিমাণ তথা মেৰামতি কৰিবলৈ ৰাইজে বিভাগীয় বিষয়া আৰু বিধায়ক অমিয় কুমাৰ ভূঞাক আবেদন জনোৱাৰ পিছতো আজি পয্যন্ত বিধ্বস্ত পথটোৰ কোনো ব্যৱস্থা গ্ৰহন নকৰাৰ অভিযোগ ৰাইজৰ ৷ ৰাইজ ৰাজপথলৈ ওলায় আহি  চৰকাৰ তথা জনপ্ৰতিনিধিৰ বিৰোদ্বে উজাৰিলে ক্ষোভ ৷

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

4 + thirteen =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.