AssamCity newsCrimeঅপৰাধঅসমঅসম আৰক্ষীগুৱাহাটীদৈনিক বাতৰিভাৰত

লখৰাত ৩০ তোলা সোণসহ ৪০ হাজাৰ টকা লুট চোৰৰ….. পিছফালৰ দুৱাৰৰ তলা ভাঙি গৃহত প্ৰৱেশ চোৰৰ…..

লখৰাৰ পিঠাগুৰিত চোৰৰ চাফাই অভিযান

নগেন কলিতা নামৰ লোকজনৰ গৃহত চুৰিকাণ্ড

৩০ তোলা সোণসহ ৪০ হাজাৰ টকা লুট চোৰৰ

চুৰি হোৱা সোণখিনিৰ মূল্য ৩০ লাখ টকা

চুৰি কাৰ্যক লগৰীয়াক পহৰা দি আছিল সতীৰ্থ চোৰে

CCTVত বন্দী সমগ্ৰ চুৰি কাণ্ডৰ দৃশ্য

পিছফালৰ দুৱাৰৰ তলা ভাঙি গৃহত প্ৰৱেশ চোৰৰ

বশিষ্ঠ থানাত এজাহাৰ দাখিল ভুক্তভোগী পৰিয়ালৰ

 

 

 

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

two × 1 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.