অসমদৈনিক বাতৰি

ৰাজ্যত প্ৰহসনত পৰিণত গো-সুৰক্ষা আইন, এতিয়াও ৰাজ্যত অব্যাহত আছে অবৈধ গো-সৰবৰাহ

এতিয়াও ৰাজ্যত অব্যাহত আছে অবৈধ গো-সৰবৰাহ

ৰাজ্যত প্ৰহসনত পৰিণত গো-সুৰক্ষা আইন। এতিয়াও ৰাজ্যত অব্যাহত আছে অবৈধ গো-সৰবৰাহ। লখিমপুৰ জিলাৰ চিয়াজুলি ষ্টেশ্যন তিনিআলিত গাঁওৰক্ষী বাহিনীয়ে জব্দ কৰে গৰু ভৰ্তি দুখন বাহন। দুয়োখন বাহনত ২৭টাকৈ গৰু সৰবৰাহ কৰি অৰুণাচললৈ লৈ গৈছিল সৰবৰাহকাৰীয়ে। BJP ঢকুৱাখনা সংখ্যালঘু মৰ্চাৰ সভাপতিৰ জাকিৰ হুছেইনৰ নেতৃত্বত গোৰ ছিণ্ডিকেট চলাৰ অভিযোগ। এই বৃহৎ ছিণ্ডিকেটত আন কেইবাজনো ব্যক্তি ক্ৰমে নুৰে আলি, আইনুল আলি, বাবাজান আলি জড়িত থকাৰ অভিযোগ উত্থাপন হৈছে।

 

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

one × 5 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.