Covid-19অসমখেল

ধিং এক্সপ্ৰেছ হিমা দাস ক’ভিডত আক্ৰান্ত

প্ৰশিক্ষণৰ বাবে পাটিয়ালালৈ গৈছিল হিমা

ধিং এক্সপ্ৰেছ হিমা দাস আক্ৰান্ত হৈছে ক’ভিডত। প্ৰশিক্ষণৰ বাবে পাটিয়ালালৈ গৈছিল হিমা।

১০ অক্টোবৰত পাটিয়ালাত উপস্থিত হৈছিল হিমা। হিমাৰ দেহত ক’ভিডৰ সামান্য লক্ষণে দেখা দিছিল। পৰিক্ষা কৰাত ধৰা পৰিল ক’ভিডৰ উপস্থিতি।

 

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

thirteen + two =

Back to top button