অসমগুৱাহাটীদৈনিক বাতৰিভাৰতৰাজনৈতিক

সলনি হ’ব দেশৰ ফৌজাদাৰী আইন ব্যৱস্থা, ৩ পুৰণি ফৌজাদাৰী আইনৰ স্থানত নতুন আইন

সলনি হ’ব দেশৰ ফৌজাদাৰী আইন ব্যৱস্থা

৩ পুৰণি ফৌজাদাৰী আইনৰ স্থানত নতুন আইন

গৃহ বিভাগৰ সংসদীয় সমিতিৰ অনুমোদন

ব্ৰিটিছ ব্যৱস্থাত নিৰ্ভৰশীলতাৰ অন্ত পৰাৰ দিশত

সলনি হ’ব ভাৰতীয় দণ্ডবিধি, ১৮৬০ আইনখন

IPCৰ স্থানত ভাৰতীয় ন্যায় সংহিতা বিধেয়ক ২০২৩

Cr.PC ১৮৯৮ৰ স্থানত ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতা বিধেয়ক ২০২৩

সলনি হ’ব ইণ্ডিয়ান এভিডেন্স এক্ট ১৮৭২খনো

নতুনকৈ আহিব ভাৰতীয় সাক্ষ্য বিধেয়ক ২০২৩

ন্যায়িক ব্যৱস্থাত নতুনত্ব অনাৰ প্ৰতিশ্ৰুতি

আগষ্টত লোকসভাত দাখিল হৈছিল ৩ নতুন বিধেয়ক

প্ৰেৰণ কৰা হৈছিল গৃহ বিভাগৰ সংসদীয় সমিতিলৈ

৩ মাহৰ পৰ্যালোচনাৰ অন্তত অনুমোদন সংসদীয় সমিতিৰ

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

eighteen + 15 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.